মোৰ ভাল লগা ফটো:আমবাৰীৰ পুজা, বিশ্বনাথ চাৰিআলি

আমবাৰীৰ পুজা, বিশ্বনাথ চাৰিআলি।


    সৰু কালৰ পৰা দেখি অহা বিশ্বনাথ চাৰিআলিৰ "আমবাৰী"ৰ দুৰ্গা পুজা আমাৰ অতি আপোন।এই 


পুজাৰ সৈতে জৰিত আছে আমাৰ বহু মিঠা স্মৃতি।পুজা উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগীতাৰ আলোক চিত্ৰ আপোনালোকলৈ আগ বঢ়ালো। 














































                            ইয়াত মোৰ কিছু ফটো আগবঢ়ালো।ৰাইজে মতামত জনাব বুলি আশা কৰিলো।